ℹ
অনুগ্ৰহ কৰি মন কৰিব: এই Website টো কেৱল আপোনালোকৰ সুবিধাৰ বাবে দিয়া হৈছে। কিবা তথ্য শুধৰণি কৰিবলৈ আমাৰ BMMU Karunabari কাৰ্যালয়ত খবৰ কৰিব।
Gender Resource Centre - Gallery
Glimpses from the Gender Resource Centre inauguration, Karunabari.





গুৰুত্বপূৰ্ণ নিৰ্দেশনা
আপোনালোকলৈ কিছুমান গুৰুত্বপূৰ্ণ নিৰ্দেশনা:
- 1প্ৰতিটোগোটৰ সদস্য সকলৰ বিষয়ে জানিবলৈ ইয়াত ক্লিক কৰক গোটে প্ৰতিখন গোটৰ সভাৰ Proceeding কৰাটো বাধ্যতামূলক।
- 2গোটৰ সদস্য সকলৰ মাজত পইছাৰ আদান প্ৰদান হলে, Proceeding ত প্ৰতি গৰাকী সদস্যৰ চহী থকাটো বাধ্যতামূলক।
- 3গোটৰ বহি পত্ৰ লিখাৰ ক্ষেত্ৰত অসুবিধা পালে, যিকোনো সখী বাইদেউৰ সহায় লব।
- 4যিকোনো Loan ৰ বাবে প্ৰথমে বহি পত্ৰ সমূহ নিজৰ নিজৰ জীৱিকা সখী বাইদেউ সকলৰ দ্বাৰা পৰীক্ষা কৰাই লব, প্ৰমাণ হিচাপে Proceeding খনত সখী বাইদেউৰ চহী থাকিব লাগিব। এনে কৰাৰ পিছতহে Block Office লৈ আহিব।